ৰাম নৱমী>ৰামৰাজ্যক পুণৰ গঢ়ি তোলাৰ দায়িত্ব আপোনালোকৰ হাততেই আছে!

২৫ মাৰ্চ ২০১৮ (শুক্ল পক্ষ ৮ চ'ত)

ৰামৰাজ্যক পুণৰ গঢ়ি তোলাৰ দায়িত্ব আপোনালোকৰ হাততেই আছে!


  প্ৰজাৰ জীবন-ধাৰণক সুখ-সন্তোষপূৰ্ণ কৰা আৰু বৈভৱ সম্পন্ন কৰাৰ লগতে; অপৰাধ, ভ্ৰষ্টাচাৰ ইত্যাদি ৰহিত; প্ৰাকৃতিক দূৰ্য্যোগৰ পৰা মুক্ত.... এনেধৰণৰ এটাই ৰাজ্যব্যৱস্থা আছে আৰু সেইয়াই হল ৰামৰাজ্য ! ৰামৰাজ্যৰ প্ৰজা ধৰ্ম আচৰণকাৰী আছিল; সেইবাবেই তেওলোকে 'প্ৰভূ শ্ৰী ৰাম'ৰ দৰে সাত্বিক ৰাজ্যপালক লাভ কৰি ধন্য হৈছিল আৰু আদৰ্শ ৰামৰাজ্য (ঈশ্বৰীয় ৰাজ্য)ৰ সুখ প্ৰাপ্ত কৰিছিল। পূৰ্বৰ দৰে ৰামৰাজ্য এতিয়াৰ কলিযুগতো সম্ভৱ হয়। ইয়াৰ বাবে-

          হিন্দুসকল, আপুনিও ধৰ্ম আচৰণকাৰী তথা ইশ্বৰৰ ভক্ত হ‌ওক, আৰু অনাগত প্ৰজন্মকো ধৰ্ম আচৰণকাৰী তথা সাধকৰ ৰূপত গঢ়ি তোলক!
           ৰামনৱমীৰ শুভকামনাৰে

                     জয় শ্ৰীৰাম

।‌।জয়তু জয়তু হিন্দুৰাষ্ট্ৰম্।।


Comments

Popular posts from this blog

দেশ ডাঙৰ হয় নে ধৰ্ম ডাঙৰ?

হিন্দুস্থানে সুধিছে ?