দেশ ডাঙৰ হয় নে ধৰ্ম ডাঙৰ?
দেশ ডাঙৰ হয় নে ধৰ্ম ডাঙৰ?
যদি মোক এই প্ৰশ্নটো আজিৰ পৰা দুবছৰ
আগতে আপুনি সুধিলে ইয়াৰ উত্তৰত 'দেশ' বুলি কবলৈ মোৰ এক চেকেন্ডো নেলাগিলেহেতেন কিন্তু আজি মই 'ধৰ্ম' বুলি কবলৈ পলম নকৰো!
দেশ....কি হয় দেশ ??
যেতিয়ালৈকে আপুনি এইখন দেশত থাকিব, যেতিয়ালৈকে আপুনি এইখন দেশত সুৰক্ষিত হৈ থাকিব, তেতিয়ালৈকেই তো হৈ থাকিব এইখন আপোনাৰ দেশ !
দেশ বুলি ইয়াক তেতিয়াও কোৱা যাব যেতিয়া কোনোবাই এইখন দেশ দখল কৰি ললে আৰু আপোনাক খেদি পঠিয়ালে.......কিন্তু তেতিয়া এইখন দেশ সেই আক্ৰমণকাৰীজনৰ হব, আপোনাৰ নহয়!
পোণপটীয়া অৰ্থত কবলৈ গলে যেতিয়ালৈকে দেশত আপোনাৰ ৰাজত্ব বাহাল থাকিব তেতিয়ালৈকে দেশ আপোনাৰ হয়!
দেশ বাচি থাকে ধৰ্মৰ পৰা!
যিটো মজহবৰ লোকৰ লগত এখনো দেশ নাছিল সিহতে কেৱল নিজৰ ধৰ্মত দৃঢ়ভাৱে থাকি 52 খন দেশ বনাই ললে (এইটো প্ৰশ্নৰ বিষয় নহয়যে সিহতৰ ধৰ
মজহবটো বেয়া নে ভাল)!
যিজনে ধৰ্মতকৈ অধিক ৰাষ্ট্ৰীয়তাক গুৰুত্ব দিছে সিহতৰ হাতৰ পৰা দেশ গুচি গল। আমাৰ হাতৰ পৰা পাকিস্তানৰ (পূৱ পাকিস্তান বা বাংলাদেশ আৰু পশ্চিম পাকিস্তান) ৰূপত, আফগানিস্তানৰ ৰূপত দেশৰ বৃহৎ অংশ কিয় গুচি গল?
কিয়নো আমি ধাৰ্মিক কম আৰু চেকুলাৰ বেছি হয় গলো।
যদিহে, হিন্দু কট্টৰবাদী হলেহৈ, প্ৰতিৰোধ কৰিলে হৈ...
যুঁজি গলেহৈ লাগিলে প্ৰাণ যাওক কিন্তু অন্য ধৰ্মৰ লোকক নিজৰ স্থান নিদিও, তেতিয়াহলে পাকিস্তান সৃষ্টি নহলহেতেন!
কৈৰানা, কান্ধলা, অলীগঢ়, অসম, কাশ্মীৰ আদি কিয় হিন্দুৰ হাতৰ পৰা ওলাই যোৱাৰ উপক্ৰম হল, কিয়নো সিহতৰ বাবে দেশ প্ৰথম আছিল ধৰ্ম নহয়!
পৰিনামত ধৰ্মও গল আৰু দেশ (স্থান) ও গল!
এতিয়া দুটা প্ৰশ্ন হল....
1. কি..পাকিস্তানত 'হিন্দু ধর্ম' আছেনে....??
2. কি.. পাকিস্তান আমাৰ দেশ হৈ আছেনে??
অৰ্থাৎ দেশও গল ধৰ্মও গল...
কিয় গল?
কিয়নো ভাৰতৰ ফালৰ পৰা গান্ধী নেহৰু ৰ দৰে এটা জামাতে ধৰ্ম এৰি দি চেকুলাৰিজিম গ্ৰহন কৰি লৈছিল!
আনহাতে জিন্নাই কেৱল ধৰ্মৰেই কথা কলে, দেশ দাবী কৰিল ধৰ্মৰ আধাৰতেই, গণহত্যা কৰিলে সকলো ধৰ্মৰ নামতেই।
পৰিণামত তেওৰ ধৰ্ম বাচি থকাই নহয় ওলোটাই বাঢ়িলহে আৰু লগতে নতুন দেশ এখনো পালে!
হিন্দুৱে ইয়াৰ ওলোটা কৰে, দেশৰ নামত ধৰ্মক এৰি দিয়ে!
ধৰ্ম এৰাৰ লগে কমজোৰ হৈ যায় আৰু এওলোকৰ হাতৰ পৰা ধৰ্মটো টো যায়েই, দেশখনো হেৰুৱাব লগা হয়!
মোৰ পক্ষ এইটোৱে যে এই প্ৰশ্নটোত আপুনি সহমত হোৱা অথবা নোহোৱাটো
আপোনাৰ চিন্তা চৰ্চা আৰু দূৰদৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে।
মূখৰ হিন্দু প্ৰখৰ ৰাষ্ট্ৰ
এইটো শাস্বত সত্য হয় ভাৰত হিন্দুৰাষ্ট্ৰ হয়
-শ্ৰী অঞ্জনজ্যোতি বৰুৱা
Comments
Post a Comment