লাভ জেহাদ প্ৰতিহত কৰাৰ উপায় তথা হিন্দু সমাজক আহ্বান
১. সমাজৰ প্ৰতি আৱাহন ১ অ. 'নাৰীৰ কাৰণেই হিন্দুস্থানৰ নৈতিকতা আৰু সংস্কৃতি আজিও বাছি আছে। হিন্দু যুৱতী হিন্দু সংস্কৃতিৰ গূণসমূহৰ অধিকোষ (জিনবেংক)হয়।তেওলোকৰ অন্য পন্থীৰ লোকৰ লগত বিবাহ হবলৈ দিয়া,অৰ্থাত হিন্দুৰ বংশবৃদ্ধিৰ বহুমূলীয়া গণসূত্ৰসমূহ অন্যধৰ্মী লোকৰ লোকৰ হাতলৈ যাবলৈ দিয়া। নিজৰ ঐতিয্যপূৰ্ণ সংস্কৃতিৰ মূখ্যস্তম্ভক ৰক্ষা কৰক।' ১ আ. হিন্দুসকল, 'লাভ জেহাদ' এয়া হিন্দুধৰ্মৰ ওপৰত বংশিক আক্ৰমন হোৱা হেতুকে নিজৰ অঞ্চলত 'লাভ জেহাদ'ৰ ষড়যন্ত্ৰ ধংস কৰাৰ বাবে আগবাঢ়ি আহি সংগঠিত প্ৰয়াস কৰক!' ১ ই. 'যিখন সমাজত মহিলা সুৰক্ষিত থাকে, এনে সমাজহে সুৰক্ষিত হৈ থাকে!' ১ ঈ. 'হিন্দুসকল, এয়া প্ৰতিজ্ঞা কৰক, 'কোনো হিন্দু যুৱতীক 'লাভ জেহাদ'ৰ বলি হবলৈ নিদিও!' ১ উ. ধৰ্মান্তৰিত; কিন্তু হিন্দু ধৰ্মলৈ পুনৰপ্ৰৱেশ কৰিবলৈ ইচ্ছুক যুৱতীক স্বধৰ্মত স্থান দিয়ক ! : 'অনেকবাৰ ধৰ্মান্তৰিত অসহায় যুৱতীয়ে নিজৰ ধৰ্মলৈ ঘূৰি যাবলৈ তৎপৰ হবলৈ ধৰে। তথাপিও হিন্দুসমাজে তেওক আকোৱালি লবলৈ নিবিচাৰে। ধৰ্মশত্ৰুবোৰৰ লগত যূঁজ-বাগৰ কৰি এজনী হিন্দু যুৱতীয়ে যেতিয়া পুনৰ নিজৰ গৃহলৈ আহিবল...