২৫ মাৰ্চ ২০১৮ (শুক্ল পক্ষ ৮ চ'ত) ৰা মৰাজ্যক পুণৰ গঢ়ি তোলাৰ দায়িত্ব আপোনালোকৰ হাততেই আছে! প্ৰজাৰ জীবন- ধাৰণ ক সুখ-সন্তোষপূৰ্ণ কৰা আৰু বৈভৱ সম্পন্ন কৰাৰ লগতে; অপৰাধ, ভ্ৰষ্টাচাৰ ইত্যাদি ৰহিত; প্ৰাকৃতিক দূৰ্য্যোগৰ পৰা মুক্ত .... এনেধৰণৰ এটাই ৰাজ্যব্যৱস্থা আছে আৰু সেইয়াই হল ৰামৰাজ্য ! ৰামৰাজ্যৰ প্ৰজা ধৰ্ম আচৰণকাৰী আছিল; সেইবাবেই তেওলোকে 'প্ৰভূ শ্ৰী ৰাম'ৰ দৰে সাত্বিক ৰাজ্যপালক লাভ কৰি ধন্য হৈছিল আৰু আদৰ্শ ৰামৰাজ্য (ঈশ্বৰীয় ৰাজ্য)ৰ সুখ প্ৰাপ্ত কৰিছিল। পূৰ্বৰ দৰে ৰামৰাজ্য এতিয়াৰ কলিযুগতো সম্ভৱ হয়। ইয়াৰ বাবে- হিন্দুসকল, আপুনিও ধৰ্ম আচৰণকাৰী তথা ইশ্বৰৰ ভক্ত হওক, আৰু অনাগত প্ৰজন্মকো ধৰ্ম আচৰণকাৰী তথা সাধকৰ ৰূপত গঢ়ি তোলক! ৰামনৱমীৰ শুভকামনাৰে জয় শ্ৰীৰাম ।।জয়তু জয়তু হিন্দুৰাষ্ট্ৰম্।।