ৰাম নৱমী>ৰামৰাজ্যক পুণৰ গঢ়ি তোলাৰ দায়িত্ব আপোনালোকৰ হাততেই আছে!

২৫ মাৰ্চ ২০১৮ (শুক্ল পক্ষ ৮ চ'ত)

ৰামৰাজ্যক পুণৰ গঢ়ি তোলাৰ দায়িত্ব আপোনালোকৰ হাততেই আছে!


  প্ৰজাৰ জীবন-ধাৰণক সুখ-সন্তোষপূৰ্ণ কৰা আৰু বৈভৱ সম্পন্ন কৰাৰ লগতে; অপৰাধ, ভ্ৰষ্টাচাৰ ইত্যাদি ৰহিত; প্ৰাকৃতিক দূৰ্য্যোগৰ পৰা মুক্ত.... এনেধৰণৰ এটাই ৰাজ্যব্যৱস্থা আছে আৰু সেইয়াই হল ৰামৰাজ্য ! ৰামৰাজ্যৰ প্ৰজা ধৰ্ম আচৰণকাৰী আছিল; সেইবাবেই তেওলোকে 'প্ৰভূ শ্ৰী ৰাম'ৰ দৰে সাত্বিক ৰাজ্যপালক লাভ কৰি ধন্য হৈছিল আৰু আদৰ্শ ৰামৰাজ্য (ঈশ্বৰীয় ৰাজ্য)ৰ সুখ প্ৰাপ্ত কৰিছিল। পূৰ্বৰ দৰে ৰামৰাজ্য এতিয়াৰ কলিযুগতো সম্ভৱ হয়। ইয়াৰ বাবে-

          হিন্দুসকল, আপুনিও ধৰ্ম আচৰণকাৰী তথা ইশ্বৰৰ ভক্ত হ‌ওক, আৰু অনাগত প্ৰজন্মকো ধৰ্ম আচৰণকাৰী তথা সাধকৰ ৰূপত গঢ়ি তোলক!
           ৰামনৱমীৰ শুভকামনাৰে

                     জয় শ্ৰীৰাম

।‌।জয়তু জয়তু হিন্দুৰাষ্ট্ৰম্।।


Comments

Popular posts from this blog

❓❓ভাৰত🇮🇳ৰ প্ৰতিবেশী কোনখন দেশে ভাৰতৰ সৰ্বাধিক ক্ষতি কৰিছে আৰু বৰ্তমানে ইয়াৰ প্ৰতিৰোধ কিদৰে কৰা হৈছে?

হিন্দুস্থানে সুধিছে ?