Posts

Showing posts from March, 2018

Save Our Assam Toddy For Save Our Bharat Tomorrow.

🙏 राष्ट्रवादी मै भी हू.... मेरा राष्ट्रवाद का प्रारम्भ ऐसा है १. अपना घर > २. अपना गाव > ३. अपना जिला> ४. अपना राज्य असम> ५. अपना राष्ट्र भारत (जिसमे हमलोगो को 🚩हिन्दुराष्ट्र 🚩का पु...

ধৰ্মান্ধ লাভ জেহাদী পৰা সজাগ হঁওক!

Image

ৰাম নৱমী>ৰামৰাজ্যক পুণৰ গঢ়ি তোলাৰ দায়িত্ব আপোনালোকৰ হাততেই আছে!

Image
২৫ মাৰ্চ ২০১৮ (শুক্ল পক্ষ ৮ চ'ত) ৰা মৰাজ্যক পুণৰ গঢ়ি তোলাৰ দায়িত্ব আপোনালোকৰ হাততেই আছে!   প্ৰজাৰ জীবন- ধাৰণ ক সুখ-সন্তোষপূৰ্ণ কৰা আৰু বৈভৱ সম্পন্ন কৰাৰ লগতে; অপৰাধ, ভ্ৰষ্টাচাৰ ইত্যাদি ৰহিত; প্ৰাকৃতিক দূৰ্য্যোগৰ পৰা  মুক্ত .... এনেধৰণৰ এটাই ৰাজ্যব্যৱস্থা আছে আৰু সেইয়াই হল  ৰামৰাজ্য  ! ৰামৰাজ্যৰ প্ৰজা ধৰ্ম আচৰণকাৰী আছিল; সেইবাবেই তেওলোকে 'প্ৰভূ শ্ৰী ৰাম'ৰ দৰে সাত্বিক ৰাজ্যপালক লাভ কৰি ধন্য  হৈছিল  আৰু আদৰ্শ ৰামৰাজ্য (ঈশ্বৰীয় ৰাজ্য)ৰ সুখ প্ৰাপ্ত কৰিছিল। পূৰ্বৰ দৰে ৰামৰাজ্য এতিয়াৰ কলিযুগতো সম্ভৱ হয়। ইয়াৰ   বাবে-           হিন্দুসকল, আপুনিও  ধৰ্ম আচৰণকাৰী তথা ইশ্বৰৰ ভক্ত হ‌ওক, আৰু অনাগত প্ৰজন্মকো ধৰ্ম আচৰণকাৰী তথা সাধকৰ ৰূপত গঢ়ি তোলক!            ৰামনৱমীৰ শুভকামনাৰে                      জয় শ্ৰীৰাম ।‌।জয়তু জয়তু হিন্দুৰাষ্ট্ৰম্।।